কৰ্ণাটকৰ ২৩ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ বাসৱৰাজ বোমাইয়ৰ

pc- twitter

অনলাইন বাৰ্ত্তাসেৱা-  কৰ্ণাটকৰ ২৩ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ বাসৱৰাজ বোমাইয়ৰ।মুখ্যমন্ত্ৰীত্বৰ দায়িত্ব লৈয়েই বাসৱৰাজে ৰাজ্যখনৰ কোভিড পৰিস্থিতি সন্দৰ্ভত শীৰ্ষ বিষয়াসকলৰ লগত এক বৈঠকত মিলিত হ’ব বুলি জনাইছে।চলিত সপ্তাহৰ সোমবাৰে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল বি এছ য়েডুয়ুৰেপ্পাই।শপত গ্ৰহণৰ পূৰ্বে বাসৱৰাজে সাক্ষাত কৰিলে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু পূৰ্বৰ মুখ্যমন্ত্ৰী বি এছ য়েডুয়ুৰেপ্পাক। by utpal kalita