কড়ন্দিকা – অঞ্জুমণি শইকীয়া

pc Wavelength Training

কড়ন্দিকা

অঞ্জুমণি শইকীয়া,
যোৰহাট,মালৌ আলি

“ছোৱালী সন্তানৰ ক্ষেত্ৰত “X”…. যি সন্তানলৈ পিতৃৰ ফালৰ “Y”………।”

পোন্ধৰ দিনীয়া প্ৰশিক্ষণ লৈ আহি দ্বীপ্তিয়ে কʼলে “বৌতি, নবৌক লʼৰা নোহোৱাৰ কাৰণে বেয়া ব্যৱহাৰ নকৰিবি। মই বুজাই দিছো শুন, ………।”