ক্ৰিকেট ভাল পায়  তালিবানেঃ এ.চি.বি.

pc India tv News

ক্ৰিকেট ভাল পায়  তালিবানেঃ এ.চি.বি.

অনলাইন বাৰ্ত্তাসেৱা – তালিবানে আফগানিস্তানৰ নিয়ন্ত্ৰণ লোৱাৰ পিছত, দেশখনৰ ক্ৰিকেট ব’ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া হামিদ শিনৱাৰীয়ে আশ্বাস দিয়ে যে ৰাষ্ট্ৰীয় দলৰ সদস্য সকল আৰু তেওঁলোকৰ পৰিয়াল সুৰক্ষিত। “তালিবানে ক্ৰিকেট ভাল পায়। তেওঁলোকে আৰম্ভণিৰে পৰা আমাক সমৰ্থন কৰি আহিছে। তেওঁলোকে আমাৰ কাৰ্যকলাপত হস্তক্ষেপ কৰা নাছিল,” তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয়, “আমি শাসন পৰিৱৰ্তনৰ ফলত কোনো ক্ৰিকেট কাৰ্যকলাপ ক্ষতিগ্ৰস্ত হোৱা দেখা নাই।”

(UD.)