আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

pc-dreamstime

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি ভাদ মাহৰ ১ তাৰিখ বুধবাৰ , ইংৰাজী ১৮ আগষ্ট |
শুক্লা পক্ষ, একাদশী তিথি |

সূৰ্য্যোদয় = ৫/২/১২ মি.
সূৰ্য্যোস্থয় = ৫/৫২/৪ মি.

জন্মত= ধনু ৰাশি (ধ, ভ , ফ), ক্ষত্রিয় বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, বৰুণ যোগ, দেৱাৰি গন, গন্ধৰ্ব অস্থি ||

আদ্যঋতু হলে= পতিহিনা যোগ, ৯০ দিনীয়া ব্ৰত, ক’লা ছাগলী বা গৰু দান, অধিপতি গ্ৰহ শনি ||_ _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . উৰহী খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = ভ্ৰমণত সফল হব | বৃষ = বিদ্যাৰ্থীৰ বাবে শুভ |
মিথুন = সামাজিক ক্ষেত্ৰত যোগদান |
কৰ্কট = ঘৰলৈ বন্ধুৰ আগমন ঘটিব |
সিংহ = সামাজিক ভাৱে মৰ্য্যদা লাভ কৰিব |
কন্যা = সমস্যা বৃদ্ধি হোৱা দেখা যায় |
তুলা = কৰ্ম ব্যস্ততা বৃদ্ধি পাব |
বৃশ্চিক = কৃষি কৰ্মৰ জৰিয়তে উন্নতি হব |
ধনু = শুভ সংবাদ লাভ কৰিব |
মকৰ = গৃহত উন্নতি দেখা যায় |
কুম্ভ = মনোবাঞ্চা পূৰ্ণ হব |
মীন = বিদ্যাত সুনাম লাভ কৰিব |