কেৰালাত নতুনকৈ দুটা জিকা ভাইৰাছৰ সংক্ৰমণৰ ঘটনা

pc Mint

অনলাইন বাৰ্ত্তাসেৱা – কেৰালাৰ স্বাস্থ্য মন্ত্ৰী বীণা জৰ্জে কয় যে ৰাজ্যখনত জিকা ভাইৰাছৰ নতুনকৈ দুটা সংক্ৰমণৰ ঘটনা চিনাক্ত কৰা হৈছে, যাৰ ফলত  মুঠ ৰোগীৰ সংখ্যা ৩৭ জনলৈ বৃদ্ধি হৈছে। ইয়াৰ ভিতৰত, সাতজন ৰোগীচিকিৎসাধীন হৈ আছে বুলি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে লগতে কয়। শেহতীয়া ঘটনাবোৰৰ ভিতৰত আছে কট্টাইকোনামৰ এগৰাকী ৪১ বছৰীয়া মহিলা আৰু কুমাৰপুৰমৰ এগৰাকী ৩১ বছৰীয়া চিকিৎসক।

(UD.)