কৃষি খণ্ডত ড্ৰোনৰ ব্যৱহাৰে বছৰত ৫০ লাখ চাকৰি সৃষ্টি কৰিব পাৰে: গাডকাৰী

PC. NDTV COM

কৃষি খণ্ডত ড্ৰোনৰ ব্যৱহাৰে বছৰত ৫০ লাখ চাকৰি সৃষ্টি কৰিব পাৰে: গাডকাৰী

ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কৈছিল যে কৃষি খণ্ডত ড্ৰোনৰ ব্যৱহাৰে এবছৰত ৫০ লাখ চাকৰি সৃষ্টি কৰিব পাৰে। “মই কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ আৰু কেন্দ্ৰীয় এমএছএমই মন্ত্ৰী নাৰায়ণ ৰাণেৰ  সৈতে কৃষি খণ্ডত ড্ৰোনৰ ব্যৱহাৰ ওপৰত এক নীতি প্ৰস্তুত কৰাৰ বাবে কাম কৰাৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰিছিলো,” গাডকাৰীয়ে লগতে কয়।