ক’ভিড ভেকচিনৰ দুয়োটা ড’জ লোৱা বিদেশী লোকসকলক আমেৰিকা ভ্ৰমণৰ অনুমতি

Pc- NPR

ক’ভিড ভেকচিনৰ দুয়োটা ড’জ লোৱা বিদেশী লোকসকলক আমেৰিকা ভ্ৰমণৰ অনুমতি

ৰঙিলী বাৰ্ত্তাসেৱা- আমেৰিকাই ক’ভিড ভেকচিনৰ দুয়োটা ড’জ লোৱা বিদেশী লোকসকলক দেশখনত প্ৰৱেশৰ অনুমতি দিছে। আমেৰিকাই  ২০ মাহৰ পিছত আনুষ্ঠানিকভাৱে সীমান্ত পথ মুকলি কৰি দিছে । প্রাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পে বিদেশী নাগৰিকৰ আমেৰিকাত প্ৰৱেশৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছিল ক’ভিড মহামাৰীৰ বাবে। ইয়াৰ ফলত প্ৰায় ৩০খন দেশৰ নাগৰিক সকল সমস্যাৰ সন্মুখীন হৈছিল।