কʼভাক্সিন ভেকচিন লোৱা যাত্ৰীসকলে ৮ নৱেম্বৰৰ পৰা আমেৰিকা ভ্ৰমণ কৰিব পাৰিব

Pc- The Financial Express

কʼভাক্সিন ভেকচিন লোৱা যাত্ৰীসকলে ৮ নৱেম্বৰৰ পৰা আমেৰিকা ভ্ৰমণ কৰিব পাৰিব

ৰঙিলী বাৰ্ত্তাসেৱা- ক’ভাক্সিনক বিশ্ব স্বাস্থ্য সংস্থাই অনুমোদন জনোৱাৰ পাছত ভাৰতত যিসকল লোকে ক’ভাক্সিন ভেকচিন গ্ৰহণ কৰিছে তেওঁলোকে ৮ নৱেম্বৰৰ পৰা আমেৰিকাত প্ৰৱেশ কৰিব পাৰে।হোৱাইট হাউছ প্রশাসনে ক’ভাক্সিন ভেকচিন লোৱা বিদেশলোক সকলক আমেৰিকা ভ্ৰমণৰ অনুমতি প্রদান কৰিছে। ইয়াৰ ফলত আমেৰিকাত গৈ ক’ভাক্সিন ভেকচিন লোৱা লোকসকলে আইছ’লেচনত থকাৰ পৰা ৰেহাই পাব।