এপলৰ সহ-প্ৰতিষ্ঠাপক ষ্টিভ ৱজনিয়াকৰ নিজৰ স্পেচ ষ্টাৰ্টআপ ঘোষণা

pc- Todayuknews

এপলৰ সহ-প্ৰতিষ্ঠাপক ষ্টিভ ৱজনিয়াকৰ নিজৰ স্পেচ ষ্টাৰ্টআপ ঘোষণা

অনলাইন বাৰ্ত্তাসেৱা- এপলৰ সহ-প্ৰতিষ্ঠাপক ষ্টিভ ৱজনিয়াকে টুইটাৰযোগে প্ৰকাশ কৰিছে যে তেওঁ প্ৰাইভেটাৰ স্পেচ নামৰ নিজৰ এৰোস্পেচ কোম্পানী আৰম্ভ কৰিছে আৰু ই “আনবোৰৰ বিপৰীতে”। তেওঁ কোম্পানীটোৰ এটা ভিডিঅ’ টিজাৰ শ্বেয়াৰ কৰিছিল কিন্তু অধিক বিৱৰণ প্ৰকাশ কৰা নাছিল। প্ৰাইভেটাৰ স্পেচৰ ইউটিউব একাউণ্ট অনুসৰি, ৱজনিয়াকে ৰিপকৰ্ডৰ সহ-প্ৰতিষ্ঠাপক এলেক্স ফিল্ডিংৰ সৈতে কোম্পানীটো স্থাপন কৰিব।