এআইএডিএমকেৰ প্ৰথম সাংসদ মায়া থেভাৰৰ ৮৭ বছৰ বয়সত মৃত্যু 

Pc The Hindu

এআইএডিএমকেৰ প্ৰথম সাংসদ মায়া থেভাৰৰ ৮৭ বছৰ বয়সত মৃত্যু 

ৰঙিলী বাৰ্ত্তাসেৱা-  এআইএডিএমকেৰ প্ৰথম সাংসদ কে মায়া থেভাৰৰ ৮৭ বছৰ বয়সত তামিলনাডুৰ ডিণ্ডিগুলত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। ১৯৭৩ চনত দলটোৰ প্ৰথম উপ-নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ এআইএডিএমকেৰ প্ৰতিষ্ঠাপক এম জি ৰামচন্দ্ৰনে থেভাৰক বাছি লৈছিল। তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰি তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অ’ পন্নীৰচেলভামে কয়, “তেওঁৱেই এআইএডিএমকে ৰ বাবে দুয়োটা পাতৰ প্ৰতীক বাছনি কৰিছিল।”