উত্তৰ ঘানাত হালধীয়া জ্বৰৰ প্ৰাদুৰ্ভাৱৰ ফলত কমেও ২৫ জনৰ মৃত্যু

pc free press Journal

উত্তৰ ঘানাত হালধীয়া জ্বৰৰ প্ৰাদুৰ্ভাৱৰ ফলত কমেও ২৫ জনৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- ঘানা হেল্থ চাৰ্ভিচে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে উত্তৰ ঘানাত হালধীয়া জ্বৰৰ প্ৰাদুৰ্ভাৱত কমেও ২৫ জন লোকৰ মৃত্যু হৈছে। ঘানাত ৪৩,০০০ ৰো অধিক লোকক সংক্ৰমণ হ্ৰাস কৰিবলৈ হালধীয়া জ্বৰৰ প্ৰতিষেধক দিয়া হৈছে বুলি জানিব পৰা গৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, সংক্ৰমিত মহৰ কামোৰৰ জৰিয়তে এই হালধীয়া জ্বৰ বিয়পে।