ইতিহাস আকৌ ৰচনা হ’বঃ ৰোনাল্ডো

pc Manchester Evening News

ইতিহাস আকৌ ৰচনা হ’বঃ ৰোনাল্ডো

অনলাইন বাৰ্ত্তাসেৱা – আজি ১২ বছৰৰ পিছত ম্যানচেষ্টাৰ ইউনাইটেডত পুনৰ যোগদান কৰা পাঁচবাৰৰ বেলন ডি’অৰ বিজয়ী ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে এটা টোকা লিখি কয়, “মই এতিয়া মোৰ অনুভূতিবোৰ ব্যাখ্যা কৰিবলৈও আৰম্ভ কৰিব নোৱাৰো, যিহেতু মই বিশ্বজুৰি ঘোষণা কৰা ওল্ড ট্ৰেফৰ্ডলৈ মোৰ উভতি অহা দেখিছো।” তেওঁ লগতে কয়, “অতীতত ইতিহাস ৰচনা হৈছে আৰু ইতিহাস আকৌ এবাৰ ৰচনা হ’ব! আপোনালোকৰ ওচৰত মোৰ কথা থাকিল!”

(UD.)