ইণ্ডাৰমিট গিল বিশ্ব বেংকৰ মুখ্য অৰ্থনীতিবিদ হিচাপে নিযুক্ত

Pc Business Standard

ইণ্ডাৰমিট গিল বিশ্ব বেংকৰ মুখ্য অৰ্থনীতিবিদ হিচাপে নিযুক্ত

ৰঙিলী বাৰ্ত্তাসেৱা-  বিশ্ব বেংকে ইণ্ডাৰমিট গিলক মুখ্য অৰ্থনীতিবিদ আৰু উন্নয়ন অৰ্থনীতিৰ জ্যেষ্ঠ উপ-সভাপতি হিচাপে নিযুক্তি দিছে। বিশ্ব বেংকত মুখ্য অৰ্থনীতিবিদ হিচাপে সেৱা আগবঢ়োৱা কৌশিক বসুৰ পিছত গিল দ্বিতীয়গৰাকী ভাৰতীয় বিশ্ব বেংকৰ অৰ্থনীতিবিদ হিচাপে সেৱা আগবঢ়াব। বসুৱে ২০১২ ৰ পৰা ২০১৬ ৰ ভিতৰত এই পদত অধিষ্ঠিত আছিল। ইয়াৰ প্ৰতি ক্ৰিয়া প্ৰকাশ কৰি গিলে টুইট কৰে, “এই সুযোগটো লাভ কৰাৰ বাবে মই সন্মানিত”।