Ignouৰ দ্বাৰা স্পেনিছ আৰু ফৰাচী ভাষাত অনলাইন প্ৰমাণপত্ৰ কাৰ্যসূচী আৰম্ভ

pc. Times of India

Ignouৰ দ্বাৰা স্পেনিছ আৰু ফৰাচী ভাষাত অনলাইন প্ৰমাণপত্ৰ কাৰ্যসূচী আৰম্ভ

ৰঙিলী বাৰ্ত্তাসেৱা-  ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ে (Ignou) স্পেনিছ আৰু ফৰাচী ভাষাত অনলাইন প্ৰমাণপত্ৰ লাভ কাৰ্যসূচী আৰম্ভ কৰিছে। ছয় মাহৰ কাৰ্যসূচীটোত সম্পূৰ্ণ পাঠ্যক্ৰমৰ মাচুল ৪,৫০০টকা। যিসকল শিক্ষাৰ্থীয়ে কাৰ্যসূচীবোৰ লাভ কৰিব বিচাৰে তেওঁলোকই ইগনুৰ অফিচিয়েল ৱেবছাইটত আবেদন কৰিব পাৰে – ignouiop.samarth.edu.in। এই কাৰ্যসূচীবোৰ মুক্ত বিশ্ববিদ্যালয়ৰ স্কুল অৱ ফৰেইন লেংগুৱেজৰ দ্বাৰা পৰিচালিত হ’ব।