ইংলিছ প্ৰিমিয়াৰ লীগত আৰ্ছেনালক পৰাস্ত কৰি ব্ৰেণ্টফʼৰ্ডৰ জয়

pc-The Independent

ইংলিছ প্ৰিমিয়াৰ লীগত আৰ্ছেনালক পৰাস্ত কৰি ব্ৰেণ্টফʼৰ্ডৰ জয়

অনলাইন বাৰ্ত্তাসেৱা- ইংলিছ প্ৰিমিয়াৰ লীগত ব্ৰেণ্টফʼৰ্ডৰে উদ্বোধনী খেলত ২-০ গʼলৰ ব্যৱধানত আৰ্ছেনালক পৰাস্ত কৰে।ইয়াৰ পূৰ্বে ইংলেণ্ডৰ শীৰ্ষ লীগত এই দুয়োটা দল ১৯৪৭ চনত মুখামুখি হৈছিল। প্ৰিমিয়াৰ লীগ নামকৰণৰ পাছত ৫০ সংখ্যক দল হিচাপে ব্ৰেণ্টফʼৰ্ডে ইংলেণ্ডৰ ক্লাব ফুটবলৰ প্ৰতিযোগিতাত খেলিলে। প্ৰিমিয়াৰ লীগেৰে অভিষেক হʼল ব্ৰেণ্টফʼৰ্ড কমিউনিটী ষ্টেডিয়ামৰ। উক্ত খেলখনত ছেহি কানʼছ আৰু ক্ৰিষ্টিয়ান নুৱাকোৱে ব্ৰেণ্টফʼৰ্ডৰ হৈ গʼল কৰে।

 

(R.T)