আৰ্জেণ্টিনাক ৪-৩ গ’লত পৰাস্ত ভাৰতৰ

  1.  আৰ্জেণ্টিনাক ৪-৩ গ’লত পৰাস্ত ভাৰতৰ

ৰঙিলী বাৰ্ত্তাসেৱা– ষ্ট্ৰাইকাৰ মনদীপ সিঙৰ শেষ মুহূৰ্তৰ গ’লটোৱে ভুৱনেশ্বৰত অনুষ্ঠিত এফ আই এইচ প্ৰ’ লীগৰ খেলখনত ভাৰতক ৪-৩ গ’লত আৰ্জেণ্টিনাক পৰাস্ত কৰাত সহায় কৰে। মনদীপে মাত্ৰ ২৬ ছেকেণ্ড বাকী থকা অৱস্থাত গ’ল কৰিছিল। ডিফেণ্ডাৰ বৰুণ কুমাৰক তেওঁৰ প্ৰদৰ্শনৰ বাবে ‘প্লেয়াৰ অফ দ্য মেচ’ হিচাপে মনোনীত কৰা হৈছিল।