আমিবোৰ…..- নন্দেশ্বৰ মিলি January 31, 2022January 31, 2022 Rongili Barta আমিবোৰ….. ধন-সম্পদৰ লালসাত আমি দিনে-ৰাতিয়ে ব্যস্ত থাকোঁ যন্ত্রৱদ্ধ চাবিটিৰ হাতত আমি পুতলা হৈ যাওঁ। সেউজ হৃদয়বোৰত ক্ৰমশঃ হালধীয়া ৰঙে বাহ লয় কৃত্রিমতাৰ আৱৰণ পিন্ধি আমি নিজেও অচিনাকি হৈ যাওঁ। নন্দেশ্বৰ মিলি