আজি প্ৰকাশ পালে ক’ভিডৰ নতুন SOP

pc-indiatoday

ক’ভিডৰ নতুন SOP। পূৰ্বতে সম্পূৰ্ণ কাৰ্ফিউ থকা ৫ খন জিলাৰ পৰিৱৰ্তে এতিয়াৰে পৰা দুখন জিলাত থাকিব সম্পূৰ্ণ কাৰ্ফিউ।
📌কাইলৈ পুৱা ৫ বজাৰ পৰা প্ৰযোজ্য হ’ব নতুন SOPৰ নীতি-নিৰ্দেশনা।
📌যোৰহাট, শোণিতপুৰ আৰু বিশ্বনাথত শিথিল কৰা হ’ল কাৰ্ফিউ।
📌 যোৰহাট, শোণিতপুৰ, বিশ্বনাথ, গোৱালপাৰা আৰু মৰিগাঁৱত দিনৰ ২ বজাৰ পৰা পিছদিনা পুৱা ৫ বজালৈকে হ’ব কাৰ্ফিউ।
📌 পূৰ্বৰ দৰেই বন্ধ থাকিব আন্তঃজিলা যাতায়াত।
📌 গোলাঘাট আৰু লখিমপুৰত ২৪ ঘণ্টাই বাহাল থাকিব সম্পূৰ্ণ কাৰ্ফিউ।