আজিৰ ৰাশিফল

Pc. IndiaTv News

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি পুহ মাহৰ ২২তাৰিখ শুক্ৰবাৰ , ইংৰাজী ৭ জানুৱাৰী |
শুক্ল পক্ষ, পঞ্চমী তিথি, দিনৰ ১১/১০/২০ মি. পৰা ষষ্ঠী তিথি ||
* *
সূৰ্য্যোদয় = ৬/১৬/১৮ মি.
সূৰ্য্যোস্থয় = ৪/৪৩/৫০ মি.

জন্মতঃ= কুম্ভ ৰাশি (গ, শ, স), বৈশ্যবৰ্ন মতান্তৰে শূদ্ৰ বৰ্ন, অগ্নি যোগ, দেৱ গন, মনুষ্য অস্থি ||

আদ্যঋতু হলে ঃ= দূৰ্ভগা যোগ, ১২ দিনীয়া ব্ৰত, কাছ দান অভাৱে জীয়া মাছ দান, অধিপতি গ্ৰহ -মংগল ||

ভক্ষ্যাভক্ষ্যঃ= বেল খোৱা নিষেধ, দিনৰ ১১/১০/২০ মি. পৰা তিতা খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = নতুন কৰ্মৰ সঞ্চাৰ হব |
বৃষ = জ্যেষ্ঠজনৰ পৰা মনত কষ্ট পাব |
মিথুন = কনিষ্ঠৰ লগত মনোমালিন্য ঘটিব |
কৰ্কট = কৰ্মত জটিলতা বৃদ্ধি হব |
সিংহ = মানসিক প্ৰশান্তি লাভ কৰিব |
কন্যা = পাৰিবাৰিক কন্দল লাগিব পাৰে |
তুলা = অকাৰনত ক্ৰোধ বৃদ্ধি হব পাৰে |
বৃশ্চিক = মনৰ আশা পূৰন হোৱা দেখা যায় |
ধনু = বুদ্ধি ভ্ৰষ্ট হব পাৰে |
মকৰ = ৰাজ সন্মান লাভ কৰিব পাৰিব |
কুম্ভ = ৰোগৰ পৰা আৰোগ্য লাভ কৰিব |
মীন = কৰ্মত অৱহেলা আহিব পাৰে |