আজিৰ ৰাশিফল

Pc India.com

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি পুহ মাহৰ ৪ তাৰিখ সোমবাৰ , ইংৰাজী ২০ ডিচেম্বৰ |
কৃষ্ণ পক্ষ, প্ৰতিপদ তিথি, দিনৰ ১২/৩৬/৩০ মি. পৰা দ্বিতীয় তিথি ||
* *
সূৰ্য্যোদয় = ৬/১০/২৯ মি.
সূৰ্য্যোস্থয় = ৪/৩২/২৭ মি.

জন্মতঃ= মিথুন ৰাশি (ক, ছ), বৈশ্যবৰ্ন মতান্তৰে শূদ্ৰ বৰ্ন, মাহেন্দ্ৰ যোগ, মনুষ্য গন, সৰ্পৰ অস্থি ||

আদ্যঋতু হলে ঃ= কান্তা যোগ, ৭ দিনীয়া ব্ৰত, দধি–দুগ্ধ দান, অধিপতি গ্ৰহ – চন্দ্ৰ ||

ভক্ষ্যাভক্ষ্যঃ= কোমোৰা খোৱা নিষেধ দিনৰ ১২/৩৬/৩০ মি. পৰা তিতা খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = কাৰ্য্য সিদ্ধি যোগ চলিছে |
বৃষ = গৃহ অশান্তিত ভুগিব |
মিথুন = ক্ৰয়-বিক্ৰয়ত শুভ যোগ আছে |
কৰ্কট = অযথা ব্যয় বৃদ্ধি হব পাৰে |
সিংহ = কৰ্মত জটিলতা বৃদ্ধি হোৱা দেখা যায় |
কন্যা = আনৰ পৰা সহায় লাভ কৰিব |
তুলা = অপমানৰ ভয় আছে, সাবধান হব |
বৃশ্চিক = সমস্যা সমাধান কৰিব পাৰিব |
ধনু = মনত ভয় বৃদ্ধি হব |
মকৰ = মনৰ আশা পূৰন হব |
কুম্ভ = শুভ সংবাদ লাভ কৰিব |
মীন = জ্ঞান লাভৰ সুযোগ লাভ কৰিব |