আজিৰ ৰাশিফল

Pc- Disha News

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি কাতি মাহৰ ১১ তাৰিখ শুক্ৰবাৰ , ইংৰাজী ২৯ অক্টোবৰ |
কৃষ্ণা পক্ষ, অষ্টমী তিথি, পুৱা ২/৯/২১ মি. পৰা নৱমী তিথি ||
* *
সূৰ্য্যোদয় = ৫/৩৪/১৯ মি.
সূৰ্য্যোস্থয় = ৪/৩৯/৪৯ মি.

জন্মতঃ= কৰ্কট ৰাশি (ড, হ) বিপ্ৰ বৰ্ন, বায়ু যোগ, দেৱ গন, ছাগলী অস্থি, পুৱা ১১/২৯/৩৯ মি. পৰা দেৱাৰি গন, বৰাহৰ অস্থি ||

আদ্যঋতু হলে = কান্তা যোগ, ৭ দিনীয়া ব্ৰত, দধি–দুগ্ধ দান, অধিপতি গ্ৰহ — বুধ আৰু চন্দ্ৰ || _ _ _ _
ভক্ষ্যাভক্ষ্যঃ নাৰিকল খোৱা নিষেধ, দিনৰ ২/৯/২১ মি. পৰা লাউ খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = মনৰ আশা পূৰন হব |
বৃষ = স্থান পৰিবৰ্তন হোৱাৰ যোগ আছে |
মিথুন = ৰোগৰ পৰা আৰোগ্য লাভ কৰিব |
কৰ্কট = সঞ্চয় বৃদ্ধি হোৱাৰ সম্ভাৱনা বেছি |
সিংহ = মনত অহেতুক চিন্তা বৃদ্ধি হব |
কন্যা = আনৰ পৰা সহায় লাভ কৰিব |
তুলা = চিকিৎসাত খেলিমেলি হব পাৰে |
বৃশ্চিক = কৰ্মত জটিলতা দেখা যায় |
ধনু = সিদ্ধান্ত লওঁতে খেলিমেলি হব পাৰে |
মকৰ = মনত ভয় আৰু উদ্বেগ বৃদ্ধি হব |
কুম্ভ = খৰচৰ মাত্ৰা বৃদ্ধি পাব |
মীন = আত্মীয় আগমন ঘটিব পাৰে |