আজিৰ ৰাশিফল

pc Pinkvilla

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি আহিন মাহৰ ১২ তাৰিখ বুধবাৰ , ইংৰাজী ২৯ চেপ্তেম্বৰ |
কৃষ্ণ পক্ষ , অষ্টমী তিথি, ৰাতি ৮/২৯/২৮ মি. পৰা নৱমী তিথি ||
**
সূৰ্য্যোদয় = ৫/১৮/৫৬ মি.
সূৰ্য্যোস্থয় = ৫/৮/৩৯ মি.

জন্মত= মিথুন ৰাশি (ক, ছ), বৈশ্যবৰ্ন মতান্তৰে শূদ্ৰ বৰ্ন, মাহেন্দ্ৰ যোগ, মনুষ্য গন, সৰ্পৰ অস্থি,

আদ্যঋতু হলে= কান্তা যোগ, ৭ দিনীয়া ব্ৰত, দধি_দুগ্ধ দান, অধিপতি গ্ৰহ চন্দ্ৰ _বুধ | _ _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . আমিষ আৰু নাৰিকল খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = কৰ্ম ব্যস্ততা বৃদ্ধি হব |
বৃষ = সামাজিক সন্মান লাভ কৰিব |
মিথুন = মনৰ আশা ভংগ হব পাৰে |
কৰ্কট = শুভ সংবাদ লাভ কৰিব |
সিংহ = ধনৰ আগমন বৃদ্ধি ঘটিব |
কন্যা = অপযশ পোৱাৰ যোগ আছে, সাবধান হব |
তুলা = সঞ্চয় বৃদ্ধি কৰিব পাৰিব |
বৃশ্চিক = আত্মীয়ৰ আগমনত আনন্দিত হব |
ধনু = ন্যাৰ্যপ্ৰাপ্তিৰ যোগ চলিছে |
মকৰ = এলাহৰ বাবে আৰ্থিক ক্ষতি হব পাৰে |
কুম্ভ = মনৰ উৎসাহ হীনতাত ভূগিব |
মীন = আত্মীয়ৰ আগমন ঘটিব |