আজিৰ ৰাশিফল

Pc India tv news

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||

আজি শাওঁন মাহৰ ১০ তাৰিখ বুধবাৰ , ইংৰাজী ২৭ জুলাই |
কৃষ্ণ পক্ষ, চতুৰ্দশী তিথি ||
* *
সূৰ্য্যোদয় = ৪/৪৮/৩৭ মি.
সূৰ্য্যোস্থয় = ৬/১০/৩ মি.

জন্মতঃ= মিথুন ৰাশি (ক, ছ) বৈশ্যবৰ্ন মাহেন্দ্ৰ যোগ, দেব গন, বৰাহৰ অস্থি |

আদ্যঋতু হলে ঃ= কান্তা যোগ, ৭ দিনীয়া ব্ৰত, দধি–দুগ্ধ দান, অধিপতি গ্ৰহ চন্দ্ৰ, বুধ |

ভক্ষ্যাভক্ষ্যঃ= আমিষ খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = কৰ্মত শুভ যোগ আছে |
বৃষ = কনিষ্ঠৰ লগত বিৰোধ হব পাৰে |
মিথুন = জ্ঞান লাভ কৰিব পাৰিব |
কৰ্কট = যশ, সন্মান বৃদ্ধি হব |
সিংহ = কৰ্মত জটিলতা দেখা যায় |
কন্যা = গৃহ উন্নতিৰ যোগ আছে |
তুলা = ক্ষতি হোৱাৰ সম্ভাৱনা বেছি |
বৃশ্চিক = সামাজিক সন্মান বৃদ্ধি হব |
ধনু = সৰুৰ পৰা সহায় লাভ কৰিব |
মকৰ = অৰ্থৰ আগমন হ্ৰাস হব |
কুম্ভ = পদ মৰ্যদা লাভ কৰিব |
মীন = অধিক ব্যয়ৰ সন্মুখীন হব |