আজিৰ ৰাশিফল

pc jagran

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি ভাদ মাহৰ ২৭ তাৰিখ সোমবাৰ , ইংৰাজী ১৩ চেপ্তেম্বৰ |
শুক্ল পক্ষ, সপ্তমী তিথি, দিবা ৩/৯/১৯ মি. পৰা অষ্টমী তিথি ||
**
সূৰ্য্যোদয় = ৫/১২/২০ মি.
সূৰ্য্যোস্থয় = ৫/২৬/৪০ মি.

জন্মত= বৃশ্চিক ৰাশি (ন, য), বৰুণ যোগ, বিপ্ৰ বৰ্ন, দেৱ গন, হৰিণাৰ অস্থি, পুৱা ৮/২৪/৪২মি. পৰা দেৱাৰি গন ||

আদ্যঋতু হলে= পতিহীনা যোগ, ৯০ দিনীয়া ব্ৰত, ক’লা গৰু বা ছাগলী দান, অধিপতি গ্ৰহ শনি || _ _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . তাল খোৱা নিষেধ , ৰাতি নাৰিকল খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = মানসিক অশান্তিত ভুগিব | বৃষ = মনত ভয় বৃদ্ধি হোৱা দেখা যায় |
মিথুন = সামাজিক ভাৱে প্ৰতিষ্ঠিত হব পাৰিব |
কৰ্কট = সমস্যা বৃদ্ধি পাব |
সিংহ = খং আৰু অভিমানৰ সূত্ৰপাত হব |
কন্যা = শুভ সংবাদ লাভ কৰিব |
তুলা = বন্ধুৰ পৰা সহায় লাভ কৰিব |
বৃশ্চিক = পুৰণি মিত্ৰ লাভ কৰিব |
ধনু = আত্মীয়ৰ লগত মনোমালিন্য ঘটিব |
মকৰ = মনত নিৰাশা বৃদ্ধি হব |
কুম্ভ = মানসিক দুঃচিন্তা বৃদ্ধি হব |
মীন = অযথা ব্যয় বৃদ্ধি হব |