আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

Pc The Howler

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি পুহ মাহৰ ১৬ তাৰিখ শনিবাৰ , ইংৰাজী ১ জানুৱাৰী |
কৃষ্ণা পক্ষ , ত্রয়োদশী তিথি, দিবা ৭/১৭/১৭ মি. পৰা চতুৰ্দশী তিথি ||
* *
সূৰ্য্যোদয় = ৬/১৫/১১ মি.
সূৰ্য্যোস্থয় = ৪/৩৯/৫১ মি.

জন্মতঃ= বৃশ্চিক ৰাশি (ন, য), বিপ্ৰ বৰ্ন, বৰুণ যোগ, দেৱাৰী গন, হৰিণৰ অস্থি ||

আদ্যঋতু হলে ঃ= পতিহীনা যোগ, ৯০ দিনীয়া ব্ৰত, ক’লা গৰু বা ছাগলী দান, অধিপতি গ্ৰহ – শনি ||

ভক্ষ্যাভক্ষ্যঃ= আমিষ খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = যশস্যা বৃদ্ধি ঘটিব |
বৃষ = নতুন যোগাযোগ লাভ কৰিব |
মিথুন = মনৰ আশা ভংগ হব পাৰে |
কৰ্কট = মনত অহেতুক চিন্তা বৃদ্ধি হব |
সিংহ = অনৰ্থক ব্যয় বৃদ্ধি হব |
কন্যা = হঠাৎ প্ৰাপ্তিৰ যোগ আছে |
তুলা = ধনৰ আগমন বৃদ্ধি হোৱা দেখা যায় |
বৃশ্চিক = কৰ্ম ব্যস্ততা বৃদ্ধি হব |
ধনু = কনিষ্ঠৰ পৰা মনত শান্তি লাভ কৰিব |
মকৰ = ৰোগে দেহাত কষ্ট দিব পাৰে |
কুম্ভ = মনত হতাশা বৃদ্ধি হব |
মীন = এলাহ বৃদ্ধি হোৱা দেখা যায় |