আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||
আজি আহিন মাহৰ ৬ তাৰিখ বৃহস্পতিবাৰ , ইংৰাজী ২৩ চেপ্তেম্বৰ |
কৃষ্ণ পক্ষ , তৃতীয় তিথি ||
**
সূৰ্য্যোদয় = ৫/১৬/৩৯ মি.
সূৰ্য্যোস্থয় = ৫/১৪/৪৭ মি.
জন্মত= মীন ৰাশি (দ, চ), বিপ্ৰ বৰ্ন, অগ্নি যোগ, দেৱ গন, হাতীৰ অস্থি | পুৱা ৬/৪৪/৪৫ মি. পৰা মেষ ৰাশি (অ, ল), ক্ষত্রিয় বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, মাহেন্দ্ৰ যোগ, দেব গন, ঘোৰাৰ অস্থি, ||
আদ্যঋতু হলে= দুঃশীলা যোগ, ৪৫ দিনীয়া ব্ৰত, ক”লা পাৰ চৰাই দান, অধিপতি গ্ৰহ ৰাহুকেতু || _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . পটল খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = সঞ্চয় বৃদ্ধি পাব |
বৃষ = পুৰণি বিবাদ নিষ্পত্তি হব |
মিথুন = কাৰ্য্যত সিদ্ধি লাভ কৰিব |
কৰ্কট = জ্ঞান লাভ কৰিবলৈ সুযোগ পাব |
সিংহ = আত্মীয় সুখ লাভ কৰিব |
কন্যা = মনৰ পৰিবৰ্তন হোৱা দেখা যায় |
তুলা = সমস্যাৰ সমাধান কৰিব পাৰিব |
বৃশ্চিক = নতুন বন্ধু লাভ কৰিব |
ধনু = মানসিক অশান্তিত ভুগিব লগা হব |
মকৰ = ভ্ৰমণ কৰিলে কষ্ট ভোগ কৰিব |
কুম্ভ = কাৰ্য্য সুখ লাভ কৰিব |
মীন = কৰ্মত সাফল্য লাভ কৰিব |