চি.বি.এছ.ই.-য়ে কোভিডত নিজৰ অভিভাৱক হেৰুওৱা ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষা আৰু পঞ্জীয়নৰ মাচুল ৰেহাই দিয়ে

pc ThePrint

চি.বি.এছ.ই.-য়ে কোভিডত নিজৰ অভিভাৱক হেৰুওৱা ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষা আৰু পঞ্জীয়নৰ মাচুল ৰেহাই দিয়ে

অনলাইন বাৰ্ত্তাসেৱা – চি.বি.এছ.ই.-য়ে ২০২১-২২ শিক্ষাবৰ্ষত কোভিড-১৯ৰ সংক্ৰমণৰ ফলত  যিসকল ছাত্ৰ-ছাত্ৰীয়ে নিজৰ অভিভাৱকসকলক হেৰুৱাইছে অথবা ইয়াৰ সৈতে যুঁজি আছে, তেনে শিক্ষাৰ্থীসকলৰ পৰীক্ষা মাচুল আৰু পঞ্জীয়ন মাচুল মকুব কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা লৈছে। পৰিষদৰ ফালৰ পৰা বিদ্যালয়সমূহক সত্যতা পৰীক্ষা কৰাৰ পিছত এই শিক্ষাৰ্থীসকলৰ বিৱৰণ প্ৰদান কৰিবলৈ কৈছে। বিদ্যালয়সমূহে ৩০ ছেপ্টেম্বৰৰ ভিতৰত সকলো দশম আৰু দ্বাদশ শ্ৰেণীৰ প্ৰাৰ্থীৰ এখন তালিকা প্ৰেৰণ কৰিব লাগিব।