আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

pc- times now

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি আহিন মাহৰ ৩ তাৰিখ সোমবাৰ , ইংৰাজী ২০ চেপ্তেম্বৰ |
শুক্ল পক্ষ, পূৰ্ণিমা তিথি ||
**
সূৰ্য্যোদয় = ৫/১৫/৫৫ মি.
সূৰ্য্যোস্থয় = ৫/১৮/৪৪ মি.

জন্মত= কুম্ভ ৰাশি (গ, স,শ), বৈশ্যবৰ্ন মতান্তৰে শূদ্ৰ বৰ্ন, অগ্নি যোগ, মনুষ্য গন, মনুষ্য অস্থি || ৰাতি ৯/৫১/৫৪ মি. পৰা মীন ৰাশি (দ, চ), বিপ্ৰ বৰ্ন, অগ্নি যোগ ||

আদ্যঋতু হলে= দূৰ্ভগা যোগ, ১২ দিনীয়া ব্ৰত, কাছ দান অভাৱে জীয়া মাছ দান, অধিপতি গ্ৰহ মঙ্গল || _ _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . আমিষ খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = প্ৰেমত শুভ দেখা যায় |

বৃষ = সম্পদ লাভৰ যোগ চলি আছে |
মিথুন = সমস্যাৰ সমাধান ঘটিব |
কৰ্কট = মনৰ আশা পূৰন হব |
সিংহ = আত্মীয়ৰে বিৰোধ ঘটা দেখা যায় |
কন্যা = সু_সংবাদ লাভ কৰিব |
তুলা = কৰ্ম কৰি মনত শান্তি লাভ কৰিব |
বৃশ্চিক = গৃহ সুখ ভোগ কৰিব পাৰিব |
ধনু = কৰ্মত জটিলতা আহিব পাৰে |
মকৰ = মনৰ আশা ভংগ হোৱাৰ সম্ভাৱনা বেছি |
কুম্ভ = গৃহ ক্লেশ ঘটিব পাৰে |
মীন = সম্পদ বৃদ্ধি কৰিব পাৰিব |