আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

pc Allure

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
_যোগাযোগৰ বাবে =_ *9101835041* , *9854200799* ||

আজি ভাদ মাহৰ ১৮ তাৰিখ শনিবাৰ , ইংৰাজী ৪ চেপ্তেম্বৰ |
কৃষ্ণ পক্ষ দ্বাদশী তিথি | পুৱা ৮/২৪/২৮ মি. পৰা ত্রয়োদশী তিথি ||
**
সূৰ্য্যোদয় = ৫/৮/১১ মি.
সূৰ্য্যোস্থয় = ৫/৩৫/৪০ মি.

*জন্মত=* কৰ্কট ৰাশি (ড, হ), বিপ্ৰ বৰ্ন, বায়ু যোগ, দেৱ গন, ছাগলী অস্থি ||

*আদ্যঋতু হলে=* কান্তা যোগ, ৭ দিনীয়া ব্ৰত, দধি_দুগ্ধ দান, অধিপতি গ্ৰহ চন্দ্ৰ | _ _ _ _
**ভক্ষ্যাভক্ষ্যঃ** . বেঙেনা খোৱা নিষেধ || _ _ _ _ _ _
*আজিৰ ৰাশিফলঃ* =
মেষ = স্থান পৰিবৰ্তন হোৱাৰ যোগ আছে | বৃষ = সন্মান বৃদ্ধি হব |
মিথুন = কাৰ্য্য সিদ্ধি লাভ কৰিব |
কৰ্কট = প্ৰেমত বিফল হোৱা দেখা যায় |
সিংহ = শুভ সংবাদ লাভ কৰিব |
কন্যা = সমস্যা বৃদ্ধি হব |
তুলা = পদবী লাভৰ যোগ দেখা যায় |
বৃশ্চিক = অযথা ব্যয় বৃদ্ধি হব |
ধনু = কৰ্ম ক্ষেত্ৰত প্ৰতাৰিত হব পাৰে |
মকৰ = এলাহ বৃদ্ধি হব |
কুম্ভ = গুৰুত্ব হীন মনোভাৱ দেখা যায় |
মীন = কাৰ্য্য সিদ্ধিৰ যোগ আছে |