আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
_যোগাযোগৰ বাবে =_ 9101835041, 9854200799 ||

আজি ভাদ মাহৰ ৬ তাৰিখ সোমবাৰ , ইংৰাজী ২৩ আগষ্ট |
কৃষ্ণ পক্ষ, প্ৰতিপদ তিথি | সন্ধ্যা ৪/৩০/৩৪মি. পৰা দ্বিতীয় তিথি |

সূৰ্য্যোদয় = ৫/৩/৩১ মি.
সূৰ্য্যোস্থয় = ৫/৪৮/৪০ মি.

*জন্মত=* কুম্ভ ৰাশি, (গ, স, শ), বৈশ্যবৰ্ন মতান্তৰে শূদ্ৰ বৰ্ন, অগ্নি যোগ, দেৱাৰি গন, মনুষ্য অস্থি ||

*আদ্যঋতু হলে=* দুৰ্ভগা যোগ, ১২ দিনীয়া ব্ৰত, কাছ দান অভাৱে জীয়া মাছ দান দান, অধিপতি গ্ৰহ মঙ্গল ||_ _ _ _
**ভক্ষ্যাভক্ষ্যঃ** . কোমোৰা খোৱা নিষেধ , ৰাতি তিতা খোৱা নিষেধ || _ _ _ _ _ _
*আজিৰ ৰাশিফলঃ* =
মেষ = মানসিক অশান্তি বৃদ্ধি হব | বৃষ = হঠাতে মনত ভয়ে বাহ লব |
মিথুন = সামাজিক ভাৱে প্ৰতিষ্ঠিত হব পাৰিব |
কৰ্কট = সমস্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা অধিক |
সিংহ = খং আৰু অভিমানৰ সূত্ৰপাত হব |
কন্যা = শুভ সংবাদ লাভ কৰিব |
তুলা = বন্ধুৰ সহায় লাভ কৰিব |
বৃশ্চিক = পুৰণি মিত্ৰক লগ পাব |
ধনু = আত্মীয়ৰ লগত মনোমালিন্য ঘটিব পাৰে |
মকৰ = মনত নিৰাশা দেখা দিব |
কুম্ভ = মানসিক দুঃচিন্তা বৃদ্ধি হব |
মীন = অযথা ব্যয় হোৱা দেখা যায় |