আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি শাওঁন মাহৰ ১৪ তাৰিখ শনিবাৰ , ইংৰাজী ৩১ জুলাই |
কৃষ্ণপক্ষ, অষ্টমী, তিথি ||

সূৰ্য্যোদয় = ৪/৫২/৩১ মি.
সূৰ্য্যোস্থয় = ৬/৭/১০ মি.

জন্মত= মেষ ৰাশি (অ, ল), অশ্বিনী নক্ষত্র, ক্ষত্রিয় বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, মাহেন্দ্ৰ যোগ, দেব গন, ঘোঁৰাৰ অস্থি ||

আদ্যঋতু হলে= দুঃশীলা যোগ, ৪৫ দিনীয়া ব্ৰত, ক’লা পাৰ চৰাই এজোৰ দান, অধিপতি গ্ৰহ ৰাহু_কেতু || _ _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . নাৰিকল খোৱা নিষেধ | _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = সমস্যা সমাধান হব | বৃষ = মনত হতাশাই বাঁহ লব |
মিথুন = ভ্ৰমণত কষ্ট আছে |
কৰ্কট = মনৰ আশা পূৰন কৰিব পাৰিব |
সিংহ = আৰ্থিক অৱস্থা অৱনতি ঘটিব |
কন্যা = উৎসৱত যোগদান কৰিব |
তুলা = উৎকৃষ্ট খাদ্য গ্ৰহণ কৰাৰ যোগ আছে |
বৃশ্চিক = সামাজিক সন্মান বৃদ্ধি হব |
ধনু = কৰ্ম প্ৰতিষ্ঠা লাভ কৰিব |
মকৰ = কৰ্মত পৰিবৰ্তন হোৱা দেখা যায় |
কুম্ভ = আধ্যাত্মিক জ্ঞান লাভ কৰিব |
মীন = অৰ্থাত উন্নতি লাভ কৰিব |