আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

pc-wallpapersafari

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি আহাৰ মাহৰ ১৫ তাৰিখ বুধবাৰ , ইংৰাজী ৩০ জুন |
কৃষ্ণ পক্ষ, ষষ্ঠী তিথি, দিনৰ ১/১৮/৪০ মি. পৰা সপ্তমী তিথি |

সূৰ্য্যোদয় = ৪/৩৮/৫০ মি.
সূৰ্য্যোস্থয় = ৬/১৫/৪০ মি.

জন্মত= কুম্ভ ৰাশি (গ, স, শ), বৈশ্যবৰ্ন, অগ্নি যোগ, দেৱাৰী গন, মনুষ্যৰ অস্থি || ৰাতি ৭/৪৩/১৮ মি. পৰা মীনৰাশি (দ, চ), বিপ্ৰ বৰ্ন, অগ্নি যোগ, ||

আদ্যঋতু হলে= দুৰ্ভগা যোগ, ১২ দিনীয়া ব্ৰত, কাছ দান, অভাৱে জীয়া মাছ দান ||

আজিৰ ৰাশিফলঃ =
মেষ = অকাৰনতে মনত হতাশা বৃদ্ধি পাব |
বৃষ = কৰ্ম ব্যস্ততাত দিনটো পাৰ হব |
মিথুন = হঠাৎ দায়িত্ব বৃদ্ধি পাব |
কৰ্কট = কৰ্ম জটিলতাই মনত অশান্তি দিব |
সিংহ = অনাহকত খৰচ বৃদ্ধি হব |
কন্যা = মনৰ আশা ভংগ হব পাৰে |
তুলা = কৃতকাৰ্যতা লাভ কৰাৰ যোগ চলিছে |
বৃশ্চিক = দাম্পত্য সুখে মনত আনন্দ দিব |
ধনু = নতুন বন্ধু লাভ কৰিব |
মকৰ = গৃহত সম্পদ বৃদ্ধি পাব |
কুম্ভ = আত্ম গ্লানিত ভোগিব পাৰে |
মীন = মনত অভিমান বৃদ্ধি হব |