আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ || যোগাযোগৰ বাবে = 9101835041, 9854200799

Pc-cbc.ca

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি জেঠ মাহৰ ২৬ তাৰিখ বৃহস্পতিবাৰ , ইংৰাজী ১০ জুন |
কৃষ্ণপক্ষ, অমাৱস্যা তিথি, দিবা ৪/২২/৪০মি. পৰা শুক্লা প্ৰতিপদ তিথি |

সূৰ্য্যোদয় = ৪/৩৪/২৯ মি.
সূৰ্য্যোস্থয় = ৬/১১/৪৮ মি.

জন্মত= বৃষ ৰাশি (ব, ই, উ) = শূদ্ৰ বৰ্ন, মাহেন্দ্ৰ যোগ, মনুষ্য গন, সৰ্পৰ অস্থি |

আদ্যঋতু হলে= পতিহিতা যোগ, ৭ দিনীয়া ব্ৰত, কল দান |

আজিৰ ৰাশিফলঃ =

মেষ = অযথা ব্যয় বৃদ্ধি পাব |
বৃষ = বন্ধুৰ লগত মনোমালিন্য ঘটিব |
মিথুন = যশস্যা লাভ হোৱাৰ যোগ আছে |
কৰ্কট = কাৰোবাৰ পৰা প্ৰতাৰিত হব পাৰে |
সিংহ= পুৰণি ৰোগ আৰোগ্য লাভ কৰিব |
কন্যা = অনৰ্থক অধিক ব্যয় হব |
তুলা = কৰ্মত সুফল পোৱাৰ সম্ভাৱনা আছে |
বৃশ্চিক = সমস্যা সমাধান কৰিবলৈ সক্ষম হব |
ধনু = হঠাৎ ধন লাভৰ যোগ চলিছে |
মকৰ = নিজৰ কামত কৃতকাৰ্যতা লাভ কৰিব |
কুম্ভ = কৰ্মত জটিলতা দেখা যায় |
মীন = মানসিক অশান্তিত ভুগিব |