আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

Pc-Kylethomasastrology

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি জেঠ মাহৰ ২৩ তাৰিখ সোমবাৰ , ইংৰাজী ৭ জুন |
কৃষ্ণপক্ষ, দ্বাদশী তিথি, পুৱা ৮/৪৮/৪৯মি. পৰা ত্রয়োদশী তিথি |

সূৰ্য্যোদয় = ৪/৩৪/৪৭ মি.
সূৰ্য্যোস্থয় = ৬/১০/৪১ মি.

জন্মত= মেষ ৰাশি (অ, ল), ক্ষত্রিয় বৰ্ন, মাহেন্দ্ৰ যোগ, কুঞ্জৰ অস্থি, মনুষ্য গন |

আদ্যঋতু হলে= দুঃশীলা যোগ, ৪৫ দিনীয়া ব্ৰত, ক’লা পাৰ চৰাই এজোৰ দান |

আজিৰ ৰাশিফলঃ =

মেষ = নতুন আশাৰ সঞ্চাৰ |
বৃষ = হঠাৎ মনোকষ্টত ভোগিব |
মিথুন = কনিষ্টৰে মন বিৰোধ হব |
কৰ্কট = কৰ্মত জটিলতা বৃদ্ধি হব |
সিংহ= মানসিক প্ৰশান্তি লাভ কৰিব |
কন্যা = গৃহকন্দলে মন অশান্ত কৰিব |
তুলা = ক্ৰোধ বৃদ্ধি হব |
বৃশ্চিক = মনৰ আশা পূৰন হোৱাৰ যোগ |
ধনু = বুদ্ধি নাশ হোৱাৰ যোগ |
মকৰ = ৰাজ সন্মান লাভ কৰিব পাৰে |
কুম্ভ = পুৰণি ৰোগ আৰোগ্য হব |
মীন = কৰ্মত অৱহেলা আহিব পাৰে |