আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

pc-shutterstock

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি জেঠ মাহৰ ২২ তাৰিখ বৰিবাৰ , ইংৰাজী ৬ জুন |
কৃষ্ণপক্ষ, দ্বাদশী তিথি |

সূৰ্য্যোদয় = ৪/৩৪/৫১ মি.
সূৰ্য্যোস্থয় = ৬/৯/৫৪ মি.

জন্মত= মেষ ৰাশি (অ, ল), ক্ষত্রিয় বৰ্ন, মাহেন্দ্ৰ যোগ, ঘোৰাৰ অস্থি, দেৱ গন |

আদ্যঋতু হলে= দুঃশীলা যোগ, ৪৫ দিনীয়া ব্ৰত, ক’লা পাৰ চৰাই এজোৰ দান |

*আজিৰ ৰাশিফলঃ* =

মেষ = নতুন যোগাযোগ লাভ কৰিব |
বৃষ = হঠাৎ ধন লাভৰ যোগ আছে |
মিথুন = সম্পদ বৃদ্ধি হব |
কৰ্কট = দাম্পত্য সুখে মনত আনন্দ দিব |
সিংহ= পুৰণি ৰোগ আৰোগ্য হব |
কন্যা = মনৰ আশা পূৰন হব |
তুলা = চিন্তাই মনত অশান্তি দিব |
বৃশ্চিক = ৰোগাৰোগ্য লাভ কৰিব |
ধনু = মনৰ আশা পূৰন হোৱাৰ যোগ |
মকৰ = চিন্তা বৃদ্ধি ঘটিব |
কুম্ভ = ভ্ৰমণত সফলতা পাব |
মীন = অযথা ব্যয় বৃদ্ধি পাব |