আজিৰ দিনটোৰ ৰাশিফল

আজি বহাগ মাহৰ ২৭ তাৰিখ মংগল বাৰ , ইংৰাজী ১১মে | কৃষ্ণা পক্ষ, অমাৱস্যা তিথি ||

সূৰ্য্যোদয় = ৪/৪৮/৩০মি.
সূৰ্য্যোস্থয় = ৫/৫০/৬মি.

জন্মত_ মেষ ৰাশি, মনুষ্যগন, ক্ষত্রিয় বৰ্ন ||

*আজিৰ ৰাশিফলঃ* =
মেষ= সুখ শান্তি বিৰাজ কৰিব, আনন্দ মুখৰ হব ঘৰ ||
বৃষ = হঠাৎ আনৰ পৰা সহায় লাভ কৰিবলৈ সক্ষম হব |
মিথুন =নিজৰ কৃতকাৰ্যতাত নিজে আনন্দিত হব ||
কৰ্কট =যান_বাহন ক্ৰয় কৰিবলৈ সক্ষম হব ||
সিংহ=সাবধান হব, ভ্ৰমণত কষ্ট পাব পাৰে ||
কন্যা = প্ৰেমত আনন্দ লাভ কৰিবলৈ সক্ষম হব ||
তুলা = পৰিশ্ৰম বৃদ্ধি হব আৰু সফলতা লাভ কৰিব ||
বৃশ্চিক =ধৈৰ্য্যৰে আগবাঢ়িব, কৃতকাৰ্যতা লাভ কৰিব ||
ধনু = ভাতৃৰ সহযোগত লাভ কৰিব ||
মকৰ= সাবধান হব, শৰীৰত ৰোগ বৃদ্ধি হব ||
কুম্ভ = হঠাৎ কোনো শুভ সংবাদে মনত আনন্দ দিব ||
মীন = নিজৰ সাহসৰ পৰিচয় দিবলৈ সক্ষম হব ||