আইএফএছ বিষয়া শ্বেতা সিঙক পিএমঅ’ত সঞ্চালক হিচাপে নিযুক্তি

Pc- Mysore Today

আইএফএছ বিষয়া শ্বেতা সিঙক পিএমঅ’ত সঞ্চালক হিচাপে নিযুক্তি

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতীয় বৈদেশিক সেৱাৰ (আইএফএছ) বিষয়া শ্বেতা সিঙক প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত (পিএমঅ’) সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছিল, কৰ্মচাৰী মন্ত্ৰালয়ৰ এক নিৰ্দেশত কোৱা হৈছে। কেবিনেটৰ নিযুক্তি সমিতিয়ে সিঙৰ নিযুক্তিক তিনি বছৰৰ বাবে অনুমোদন জনাইছে। এচিচিয়ে পিএমঅ’ত উপ সচিব হিচাপে অনিকেত গোবিন্দ মাণ্ডৱগেনৰ নিযুক্তি বাতিল কৰিছে।