অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো ক্ৰীড়া দিৱসৰূপে পালনৰ সিদ্ধান্ত

pc-Veethi

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো ক্ৰীড়া দিৱসৰূপে পালনৰ সিদ্ধান্ত

অনলাইন বাৰ্ত্তাসেৱা– ৰাজ্য চৰকাৰে ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰখনক অধিক সক্ৰিয় কৰি তোলাৰ লক্ষৰে এতিয়াৰ পৰা ৩ ছেপ্টেম্বৰৰ দিনটো ক্ৰীড়া দিৱসৰূপে পালনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্য চৰকাৰে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন ৩ ছেপ্টেম্বৰৰ দিনটো ক্ৰীড়া দিৱসৰূপে উদযাপন কৰি ৰাজ্যৰ নতুন প্ৰজন্মক ক্ৰীড়া ক্ষেত্ৰলৈ আকৰ্ষণৰ লক্ষ্য কৰি লৈছে। এতিয়াৰে পৰা খেলুৱৈ, ক্ৰীড়া আয়োজক বা কাৰিকৰী বিষয়াসকলৰ বাবে নিয়মীয়া ক্ৰীড়া পেঞ্চন ৮ হেজাৰ পৰা ১০ হেজাৰ টকালৈ বৃদ্ধি হʼব বুলি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে। কেবিনেটে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত পদক বিজয়ী খেলুৱাসকলক প্ৰতিমাহে ১০ হেজাৰ টকাকৈ জীৱনজোৰা পেঞ্চন প্ৰদানৰো সিদ্ধান্ত গ্ৰহণ কৰিছে।

 

(RT)