অহংকাৰ-জাকিৰ হুছেইন

Pc- pexels
অহংকাৰ
পূৱাৰ বেলি সকলোৰে
ছালাম লৈ উদয় হয়,
লগে- লগেই
পোহৰ বিলাই,,
ছাঁ দিয়ে কেতিয়াবা
ৱতৰ দাওৰীয়া হয় ।
আকৌ কেতিয়াবা
ৰ’দ দিয়ে!
সলনি হয় ৱতৰৌ–
একেটাই আছমান
একেই জমিন—
কৰোঁৱত আছে পানী।
কিন্তু আমিবোৰ কি
প্ৰাণী মানৱ নহয়–
 বিধাতাৰ লগতো
কৰোঁ ঠাটামি!!
 জাকিৰ হুছেইন 
মাহগুৰি(টাইবেল)