অসমত ২৪ ঘণ্টাত ৩৬৬ জন কৰʼনাত আক্ৰান্ত

pc Amar Ujala

অসমত ২৪ ঘণ্টাত ৩৬৬ জন কৰʼনাত আক্ৰান্ত

অনলাইন বাৰ্ত্তাসেৱা- যোৱা ২৪ ঘণ্টাত ৰাজ্যত পুনৰ ৩৬৬ জন লোক কৰʼনাত আক্ৰান্ত হৈছে। আক্ৰান্ত হোৱা লোকসকলৰ সৰ্বাধিক ১০৮ জন কামৰূপ মহানগৰ জিলাৰ। আক্ৰান্তৰ হাৰ হৈছে ০.৭২ শতাংশ। সম্প্ৰতি চিকিৎসাধীন ৰোগীৰ সংখ্যা হৈছে ৩,১৪০জন। ২৪ ঘণ্টাত কৰʼনাৰ পৰা ৫০৭জন লোক সুস্থ হৈ উঠিছে।