অল ইণ্ডিয়া ফুটবল ফেডাৰেচনৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিলে ফিফাই

Pc Zee News

অল ইণ্ডিয়া ফুটবল ফেডাৰেচনৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিলে ফিফাই

ৰঙিলী বাৰ্ত্তাসেৱা-  বিশ্ব ফুটবল শাসকীয় সংস্থা ফিফাই অল ইণ্ডিয়া ফুটবল ফেডাৰেচন (AIFF)ৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিলে। ফিফাই জনোৱা মতে, এআইএফএফৰ কাৰ্যবাহী সমিতিৰ ক্ষমতা গ্ৰহণ কৰিবলৈ গঠন কৰা প্ৰশাসক সমিতিৰ কাৰ্যভাৰ বন্ধ কৰা হৈছে বুলি নিশ্চিতকৰণ লাভ কৰাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি ফিফাই জনায়। ফিফাই যোগ কৰিলে ১৭ বছৰ অনুৰ্ধ মহিলা বিশ্বকাপ ২০২২ এতিয়া পৰিকল্পনা অনুসৰি ভাৰতত অনুষ্ঠিত হ’ব পাৰিব।