অপেক্ষা – সম্প্ৰীতি কোঁৱৰ

Pc Magnific

অণুগল্প

অপেক্ষা

সম্প্ৰীতি কোঁৱৰ, বিশাখাপট্টনম

অসুস্থ দেউতাকৰ ওচৰত বহুদিনৰ পৰা তাৰ এটাই দাবী, নতুন চাইকেল এখন লাগে।

চিকিৎসালয়ৰ বিছনাটো তাৰ ব্যতিক্ৰম নহ’ল।

ৰাতিপুৱালৈ ঘৰৰ চোতালত এখন নতুন চাইকেল আৰু কাষতে এখন চিঠি।