অনুচ্ছেদ ৩৭০ বাতিলকৰাৰ পিছত কোনো কাশ্মীৰী পণ্ডিত, হিন্দু স্থানচ্যুত হোৱা নাইঃগৃহ মন্ত্ৰালয়ে

Pc Times Of india

অনুচ্ছেদ ৩৭০ বাতিলকৰাৰ পিছত কোনো কাশ্মীৰী পণ্ডিত, হিন্দু স্থানচ্যুত হোৱা নাইঃগৃহ মন্ত্ৰালয়ে

ৰঙিলী বাৰ্ত্তাসেৱা-  গৃহ মন্ত্ৰালয়ে ৰাজ্যসভাত কৈছিল যে অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পিছত কোনো কাশ্মীৰী পণ্ডিত আৰু হিন্দু স্থানচ্যুত হোৱা নাই।গৃহ মন্ত্ৰালয়ে লগতে কয় যে ৩৬৬ জন সন্ত্ৰাসবাদী নিহত হৈছে, আনহাতে ৩৭০ অনুচ্ছেদ বাতিল হোৱাৰ পিছত কাশ্মীৰত ৯৬ জন সাধাৰণ লোক আৰু ৮১ জন সুৰক্ষা কৰ্মীয়ে প্ৰাণ হেৰুৱাইছে।