অনাগত টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰস্তুতি

pc- hindustan times

অনাগত টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰস্তুতি

অনলাইন বাৰ্ত্তাসেৱা- নিৰ্বাচক মণ্ডলীয়ে বিশ্বকাপৰ বাবে দল গঠনৰ কুচকাৱাজ আৰম্ভ কৰেছে। বি চি চি আইৰ এক সূত্ৰই প্ৰকাশ কৰে যে ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হৈ থকা টেষ্ট শৃংখলাৰ চতুৰ্থ টেষ্টখন শেষ হোৱাৰ পাছত টি-২০ বিশ্বকাপত অংশ গ্ৰহণ কৰিবলগীয় ভাৰতীয় দলটো ঘোষণা কৰা হʼব। সূত্ৰটোৱে সদৰী কৰা মতে বিশ্বকাপৰ বাবে কোন তাৰিখে দল ঘোষণা কৰিব সেয়া নিশ্চিত হোৱা নাই। কিছুদিন পূৰ্বে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বʼৰ্ডৰ সভাপতি সৌৰভ গাংগুলী ৰ সৈতে এই সংক্ৰান্তত অধিনায়ক বিৰাট কোহলী বৈঠকত মিলিত হৈছিল।

 

(RT)