অচিৰেই কংগ্ৰেছত হ’ব খহনীয়া

Pc The Janambhumi

অচিৰেই কংগ্ৰেছত হ’ব খহনীয়া

ৰঙিলী বাৰ্ত্তাসেৱা-  পুনৰ কংগ্ৰেছত হ’ব খহনীয়া।কংগ্ৰেছৰ ৮ বিধায়কে শীঘ্ৰেই যোগদান কৰিব বিজেপিত।বিধায়ক কেইগৰাকীয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব।অচিৰেই আটাইকেইজনক লৈ অনুষ্ঠিত হ’ব বৃহৎ যোগদান কাৰ্যসূচী।এই কথা জনাইছে বিজেপি বিধায়ক প্ৰশান্ত ফুকনে। অৱশ্যে কোন কেইগৰাকী বিধায়কে যোগদান কৰিব সেয়া এতিয়াও গোপনীয় কৰি ৰখা হৈছে।