ৰাষ্ট্ৰীয় পাৰিবাৰিক স্বাস্থ্য জৰীপত প্ৰথমবাৰৰ বাবে ভাৰতত পুৰুষতকৈ অধিক মহিলা নথিভুক্ত কৰা হৈছে

Pc mint

ৰাষ্ট্ৰীয় পাৰিবাৰিক স্বাস্থ্য জৰীপত প্ৰথমবাৰৰ বাবে ভাৰতত পুৰুষতকৈ অধিক মহিলা নথিভুক্ত কৰা হৈছে

ৰঙিলী বাৰ্ত্তাসেৱা- ২০১৯-২১ বৰ্ষত কৰা ৰাষ্ট্ৰীয় পাৰিবাৰিক স্বাস্থ্য জৰীপ (এনএফএইচএছ) অনুসৰি, ভাৰতত প্ৰতি ১,০০০ পুৰুষত ১,০২০ গৰাকী মহিলা আছে। ১৯৯২ চনত এনএফএইচএছ আৰম্ভ হোৱাৰ পিছত মহিলাৰ অনুপাত প্ৰথমবাৰৰ বাবে পুৰুষতকৈ অধিক হৈছে। এন.এফ.এইচ.এছ.-ৰ মতে, ভাৰতৰ লিংগ অনুপাত হৈছে চহৰ অঞ্চলৰ প্ৰতি ১,০০০ পুৰুষৰ বাবে ৯৮৫ গৰাকী মহিলা আৰু গ্ৰাম্য অঞ্চলৰ প্ৰতি ১,০০০ পুৰুষৰ বাবে ১,০৩৭ গৰাকী।