ৰাফেল নাদালেৰ ১৩ বছৰ পিছত তেওঁৰ দ্বিতীয় অষ্ট্ৰেলিয়ান অপেন খিতাপ জয়

p.c. The Independent

ৰাফেল নাদালেৰ ১৩ বছৰ পিছত তেওঁৰ দ্বিতীয় অষ্ট্ৰেলিয়ান অপেন খিতাপ জয়

ৰঙিলী বাৰ্ত্তাসেৱা– বিশ্বৰ প্ৰাক্তন এক নম্বৰ ৰাফেল নাদালে বিশ্বৰ দ্বিতীয় নম্বৰ দানিল মেদভেদেভক ২-৬, ৬-৭(৫-৭), ৬-৪, ৬-৪, ৭-৫ ব্যৱধানত পৰাস্ত কৰি প্ৰথমটো জয়ৰ ১৩ বছৰ পিছত তেওঁৰ দ্বিতীয় অষ্ট্ৰেলিয়ান অপেন খিতাপ জয় কৰে। ৩৫ বছৰীয়া স্প্যানিয়ৰ্ডে ৰজাৰ ফেডাৰেৰ আৰু নোভাক জকোভিচক অতিক্ৰম কৰি সৰ্বাধিক সংখ্যক পুৰুষৰ একক গ্ৰেণ্ড শ্লেম খিতাপ (২১) দখল কৰে।