ৰাইজৰ দলৰ জনজাগৰণ কাৰ্যসূচী

ৰাইজৰ দলৰ জনজাগৰণ কাৰ্যসূচী

ৰঙিলী বাৰ্ত্তাসেৱা- “ৰাইজৰ মাজলৈ ৰাইজৰ দল”। এই যাত্ৰাৰ সময়চোৱাত শিৱসাগৰ সমষ্টিৰ চেৰেকাপাৰৰ এক নিম্ন মানদণ্ডৰ নিৰ্মাণ কাৰ্য্য অনুষ্ঠিত হয় RIDFৰ অধীনত এই কাৰ্য সম্পন্ন কৰা হয়৷ ঠিকাদাৰ অমৰজ্যোতি মহন্তই। এই কামখিনি ততালিকে দলৰ সভাপতিৰ সৈতে সকলোৱে মিলি পৰীক্ষা কৰা হয়।