ৰণবীৰ কাপুৰৰ ‘এনিমেল’ ২০২৩ৰ ১১ আগষ্টত  মুক্তি পাব

Pc India today

ৰণবীৰ কাপুৰৰ ‘এনিমেল’ ২০২৩ৰ ১১ আগষ্টত  মুক্তি পাব

ৰঙিলী বাৰ্ত্তাসেৱা- অভিনেতা ৰণবীৰ কাপুৰ অভিনীত ‘এনিমেল’ ১১ আগষ্ট, ২০২৩ তাৰিখে ছবিগৃহত মুক্তি পাব। ছবিখনৰ পৰিচালনাত সন্দীপ ৰেড্ডী ভাঙ্গাই, যিয়ে আগতে ‘কবীৰ সিং’ আৰু ‘অৰ্জুন ৰেড্ডী’ৰ দৰে চলচ্চিত্ৰ পৰিচালনা কৰিছিল। ৰণবীৰৰ উপৰিও, একচন ড্ৰামা ছবিখনত পৰিণীতি চোপ্ৰা, অনিল কাপুৰ আৰু ববি দেওলেও অভিনয় কৰিছে।