অনলাইন বাৰ্ত্তাসেৱা- ২ আগষ্টত বিজেপিত যোগদান কৰিব থাওৰা সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক সুশান্ত বৰগোহাঁইয়ে।বিজেপিৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক কাৰ্যালয়ত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব কংগ্ৰেছৰ যুৱ বিধায়কজনে।৩০ জুলাইত সমষ্টিৰ পৰা গুৱাহাটীলৈ আহিব তেওঁ।শেহতীয়াকৈ বিধায়কজনে বিজেপিত যোগদান কৰিব বুলি চৰ্চা আৰম্ভ হৈছিল।
২ আগষ্টত বিজেপিত যোগদান কৰিব থাওৰা সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক সুশান্ত বৰগোহাঁই
